লখিমপুৰ মেডিকেল কলেজত নতুন ১৮৮ টা পদ খালী New vacancy in Lakhimpur Medical college 2020

লখিমপুৰ মেডিকেল কলেজত নতুন ১৮৮ টা পদ খালী New vacancy in Lakhimpur Medical college 2020

লখিমপুৰ মেডিকেল কলেজত নতুন ১৮৮ টা পদ খালী New vacancy in Lakhimpur Medical college 2020


লখিমপুৰ মেডিকেল কলেজত নতুন ১৮৮ টা পদ খালী । অৰ্হতা 8th পাছ  । দৰমহা ১২ হাজাৰৰ পৰা ৫২ হাজাৰলৈকে । কেনেকৈ আবেদন কৰিব  ভিডিঅ চাওঁক । আৰু তলৰ আবেদনৰ লিংকত ক্লিক কৰি আবেদন কৰক। আবেদনৰ অন্তিম তাৰিখ ৩০ ৫ ২০  তলত পদসমূহ উল্লেখ কৰা হৈছে ।

শিক্ষাগত অৰ্হতা -8th পাছ

দৰমহা-১২-৫২ হাজাৰ আৰু (GP৩৯০০)

বয়সৰ সীমা-১৮-৩৮ বয়সলৈকে 

কেনেকৈ আবেদন কৰিব- www.dme.assam.gov.in  ৱেবচাইটত অনলাইনযোগে 15/05/20 তাৰিখৰ পৰা30/05/20 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। আবেদনত কোনোধৰনৰ মাচুল লোৱা নহব ।

not available







1.WARD BOY/GIRL - পদখালী 71 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

2.GRADE IV-পদখালী 4 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

3.ATTENDANT-পদখালী 10 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

4.LABORATORY ATTENDANT-পদখালী 30 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

5.PEON -পদখালী 6 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

6.DAFTARI -পদখালী 4 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

7.STRETCHER BEARER -পদখালী 8 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

8.SWEEPER -পদখালী 15 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

9.DISSECTION HALL ATTENDANT -পদখালী 4 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

10.COOK -পদখালী 4 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

11.ANIMAL ATTENDANT-পদখালী 2 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

12.DHOBI/WASHMAN/WOMAN-পদখালী 12 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

13.PACKER-পদখালী 12 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

14.WORKSHOPWORKER-পদখালী 6 টা দৰমহা ১২০০০-৫২০০০(৩৯০০) অৰ্হতা 8th পাছ |

Qualification Requirment-8th passed

Age limit- 18-38 years 

Salary-12000-52000(GP-3900)

How to apply -candidates can apply through online on www.dme.assam.gov.in website from 15/5/20 to 30/05/20 .

not available










ধন্যবাদ 


Post a Comment

0 Comments