Dme Reqruiment
DME ত নতুন ৩৩৩টা নতুন পদ খালী NEW VACANCY AT DME 2020
DME ত নতুন ৩৩৩টা নতুন পদ খালী NEW VACANCY AT DME 2020
DME ত নতুন ৩৩৩টা নতুন পদ খালী । কোনে কেনেকৈ আবেদন কৰিব
পাৰিব আৰু কি কি লাগিব দৰমহা কিমান । তলৰ
লিংকত ক্লিক কৰি ভিডিঅ চাওক আৰু আবেদন কৰক । সৰ্বমুঠ ৩৩৩ তা পদ খালী আছে । তলত
সবিশেষ দাঙি ধৰা হল।
শিক্ষাগত অৰ্হতা- পদ অনুসৰি ভিন ভিন
বয়স সীমা- ১৮ বয়সৰ পৰা ৩৮ বয়সলৈ
দৰমহা- ১৪০০০-৬০০০০ টকা
কেনেকৈ আবেদন কৰিব- ১৫/০৫/২০ তাৰিখৰ পৰা ৩০/০৫/২০ তাৰিখৰ ভিতৰত এই www.dme.assam.gov.in ৱেবচাইতটোৰ যোগেদি
আবেদন কৰিব পাৰিব।
১. StaffNurse –
পদ ২০১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২.Nursing Sister - পদ ৩৩ টা দৰমহা- ১৪০০০-৬০০০০ টকা
৩.Laboratory Technician - পদ ৩৩
টা দৰমহা- ১৪০০০-৬০০০০ টকা
৪. Anesthetic Technician পদ পদ ৪ টা দৰমহা- ১৪০০০-৬০০০০ টকা
৫.Audiometry Technician - পদ ১
টা দৰমহা- ১৪০০০-৬০০০০ টকা
৬.Radiographic Techrician পদ ৭ টা
দৰমহা- ১৪০০০-৬০০০০ টকা
৭.Radiotherapy Technician পদ ২ টা
দৰমহা- ১৪০০০-৬০০০০ টকা
৮.Technician in Audiovisual Aids, Photogaphy and Artist for
MEU পদ ২ টা
দৰমহা- ১৪০০০-৬০০০০ টকা
৯.OT Techaician - পদ ৪ টা
দৰমহা- ১৪০০০-৬০০০০ টকা
১০.ECG Techlician -পদ ১ টা
দৰমহা-১৪০০০-৬০০০০ টকা
১১.Dental Technician - পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১২.Prosthetic & Orthotic Technician- পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১৩.Speech Therapist - পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১৪.Physiotherapist - পদ ২ টা
দৰমহা- ১৪০০০-৬০০০০ টকা
১৫.Occupational Therapist - পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১৬.Multi Rehabilitation Worker/ MRW Technician/ Therapist-পদ ৪টা দৰমহা- ১৪০০০-৬০০০০
টকা
১৭.Catalogu€r পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১৮.Technician for CSS -পদ ৮ টা দৰমহা- ১৪০০০-৬০০০০ টকা
১৯.Technician Assistant for CSS -পদ ৮ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২০.Techniciaa for animal operatlon room-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২১.Audiovisual technigian for Central Photo$aphy-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০
টকা
২২.Dresser-পদ ২ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৩.Modeller-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৪.Dark Room Assistant -পদ ৬ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৫.Blackmith-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৬.Carpenter-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৭.Photographer-পদ ১ টা দৰমহা- ১৪০০০-৬০০০০ টকা
২৮.Artist - পদ ১ টা দৰমহা- ১৪০০০-৬০০০০
টকা




Post a Comment
0 Comments