AHSEC Result
AHSEC RESULT@HS RESULT পৰীক্ষাৰ ফলাফল 2019-20
AHSEC RESULT@HS RESULT পৰীক্ষাৰ ফলাফল 2019-20
AHSEC RESULT@HS RESULT পৰীক্ষাৰ ফলাফল 2019-20
AHSEC RESULT@HS RESULT পৰীক্ষাৰ ফলাফল 2019-20
২০১৯-২০ ত অনুস্থিত হোৱা AHSEC পৰীক্ষাৰ ফলাফল অহা 25/৬/২০ তাৰিখে ঘোষণা কৰা হব | এইবাৰ অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2,34,809
আৰু মুঠ পৰিক্ষা অনুষ্ঠিত হোৱা চেন্টাৰৰ সংখ্যা 772 | অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁ লোকৰ ফলাফল সমূহ 25 জুন তাৰিখে পুৱা ৯ বজাৰ পৰা তলত দিয়া ৱেবচাইট সমূহত চাব পাৰিব | লগতে তেওঁলোকৰ মাৰ্কচিত সমূহ অনলাইন যোগে ডাউনলোড কৰিব পাৰিব | তিনিটা পদ্ধতিৰে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ ফলাফল লাভ কৰিব পাৰিব |
১. ৱেবচাইটৰযোগে
২.মবাইল এপযোগে
৩. SMS যোগে
1.WEBSITES
1.www.results.sebaonline.org
8.www.iresult.net
2.www.resultassam.nic.in
9.www.assamjobalert.com
3.www.result.sikhsha
10.www.assamresult.in
4.www.exametc.com 11.www.newsstate.com
5.www.examresults.net
12.www.newsnation.in
6.www.indiaresults.com
13.www.jagranjosh.com
7.www.assam.sikhsha
14.www.karmohangstapon.com
উপৰোক্ত ৱেবচাইটসমূহত ভিজিত কৰি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰোল আৰু নং ৰ যোগেদি ৰিজাল্ট চাব পাৰিব |
2. MOBILE APP
. প্লেষ্টৰত গৈ AHSEC
Result 2020 এপটো ডাউনলোড কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব |
3. .আন এক ৰিজাল্ট চোৱাৰ সহজ পদ্ধতি হৈছে www.indiaresults.com ৱেবচাইটো ভিজিত কৰি সহজে অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ নাম আৰু লাষ্ট নাম টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব
SHARE IT


Post a Comment
0 Comments