DME ত নতুনকৈ ৭৯টা পদ খালী NEW VACANCY IN DIRECTORATE OF MEDICAL EDUCATION

DME ত নতুনকৈ ৭৯টা পদ খালী NEW VACANCY IN DIRECTORATE OF MEDICAL EDUCATION








DME ত নতুনকৈ ৭৯টা পদ খালী । কেনেকৈ আবেদন কৰিব পাৰিব কি কি লাগিব তলৰ লিংকত ক্লিক কৰি ভিডিঅ চাওক আৰু আবেদন কৰক । সৰ্বমুঠ ৭৯ টা পদ খালী আছে । তলত সবিশেষ দাঙি ধৰা হল।

শিক্ষাগত অৰ্হতা- পদ অনুসৰি ভিন ভিন

বয়স সীমা- ১৮বয়সৰ পৰা ৩৮বয়সৰ ভিতৰত

দৰমহা- ১৪০০০-৬০০০০ টকা

কেনেকৈ আবেদন কৰিব- ১৫/০৫/২০ তাৰিখৰ পৰা ২৭/০৫/২০ তাৰিখৰ ভিতৰত এই  https://dme.assam.gov.in/  ৱেবচাইতটোৰ যোগেদি আবেদন কৰিব পাৰিব।











1.ACCOUNTANT – পদ ২টা দৰমহা- ১৪০০০-৬০০০০ টকা


2. ACCOUNTANT ASSISTANT - পদ ৪টা দৰমহা- ১৪০০০-৬০০০০ টকা

3.CASHIER- পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

4.LOWER DIVISION- পদ ১৫টা দৰমহা- ১৪০০০-৬০০০০ টকা

5.STENOGRAPHER -   পদ ২টা দৰমহা- ১৪০০০-৬০০০০ টকা

6.DRIVER  - পদ ৩টা দৰমহা- ১৪০০০-৬০০০০ টকা

7.STORE KEEPER পদ ২১টা দৰমহা- ১৪০০০-৬০০০০ টকা

8.RECORD KEEPER  -পদ পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা   

9.RECORD CLERK    পদ ৭টা দৰমহা- ১৪০০০-৬০০০০ টকা
  
10.STATISTIAN  পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

11.CODING CLERK পদ ৪টা দৰমহা- ১৪০০০-৬০০০০ টকা

12.LIBRARRY ASSISTANT  -পদ ৪টা দৰমহা- ১৪০০০-৬০০০০ টকা

13.CONPUTER OPERATOR-পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

14.RECIEPTIONIEST- পদ ২টা দৰমহা- ১৪০০০-৬০০০০ টকা

15.LIBRARIAN - পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

16.DUPTY LIBRARIAN-পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

17.SOCIAL WORKER  -  পদ ৩টা দৰমহা- ১৪০০০-৬০০০০ টকা

18. MEDICAL RECORD OFFICER ­- পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

19.DOCUMENTALIST   -  পদ ১টা দৰমহা- ১৪০০০-৬০০০০ টকা

20.STORE KEEPER CLERK  -   পদ ৪টা দৰমহা- ১৪০০০-৬০০০০ টকা











Totall post-no 0f 79

Education Qualification-Deference according thier post

Sallary- 14000-60000 Rupees

How to apply- candidate can apply through online on https://dme.assam.gov.in/  website after 15/05/20 till 27/05/20.


                                                thank you




Post a Comment

0 Comments