Government Job
ৰাজীৱ গান্ধী ইনচটিউত অৱ পেট্ৰলিয়াম এন টেকনজি ত নতুনকৈ ১৮টা পদ খালী new job reqruiment in RGIPT 2020
ৰাজীৱ গান্ধী ইনচটিউত অৱ পেট্ৰলিয়াম এন টেকনজি ত নতুনকৈ ১৮টা পদ খালী new job reqruiment in RGIPT 2020
ৰাজীৱ গান্ধী ইনচটিউত অৱ টেকনজি ত নতুনকৈ ১৮টা পদ খালী । কেনেকৈ আবেদন কৰিব পাৰিব কি কি লাগিব তলৰ
লিংকত ক্লিক কৰি ভিডিঅ চাওক আৰু আবেদন কৰক । সৰ্বমুঠ ৭৯ টা পদ খালী আছে । তলত
সবিশেষ দাঙি ধৰা হল।
শিক্ষাগত অৰ্হতা- পদ অনুসৰি ভিন ভিন
বয়স সীমা- ৩০ বয়সৰ পৰা ৪৫বয়সৰ ভিতৰত
দৰমহা- ৩৫০০০-১৫১১০০ টকা
কেনেকৈ আবেদন কৰিব- ১৫/০৫/২০ তাৰিখৰ পৰা ২৭/০৫/২০ তাৰিখৰ ভিতৰত এই https://rgipt.ac.in/ ৱেবচাইতটোৰ
যোগেদি আবেদন কৰিব পাৰিব।
১.Assistant Registrar– পদ ৪টা দৰমহা- ৫৬০০০-১৭৭৫০০ টকা
২. System Superintendent Grade III পদ ১টা দৰমহা- ৫৬০০০-১৫১১০০ টকা
৩.Superintendent Grade - পদ ৩টা দৰমহা- ৩৫০০০-১১২৪০০ টকা
৪.Technical Superintendent Grade I- পদ ৪টা দৰমহা- ৩৫০০০-১১২৪০০ টকা
৫.Superintendent Library Grade-পদ ১টা দৰমহা- ৩৫০০০-১১২৪০০
টকা
৬.Assistant Grade I পদ ৪টা দৰমহা- ৩৫০০০-১১২৪০০ টকা
৭.Technician Grade I পদ ২টা দৰমহা- ২১৭০০-৬৯১০০ টকা
Totall
post-no 0f 18
Education
Qualification-Degree in Discipline
Sallary-
80000-120000 Rupees
How to
apply- candidate can apply through online on https://rgipt.ac.in/ website after 05/05/20 till 20/06/20.




Post a Comment
0 Comments