Scholarship
উচ্চ শিক্ষাৰ বাবে SCHOLARSHIP ANM/GNM তালিকা ঘোষণা কৰা হল।

LIST OF FINENCIAL ASSISTANCE FOR ANM/GNM AND TECHNICAL COURSE
অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে যেনে ANM/GNM আদিৰ বাবে FINANCIAL ASSISTANCE FOR ANM/GNM আৰু TECHNICAL COURSE ৰ বাবে apply কৰা SCHOLARSHIP টোৰ বাচনি ছাত্ৰ ছাত্ৰী সকলৰ তালিকা প্ৰকাশ পালে | যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল তেওঁলোকে তলৰ লিংকটোত ক্লিক কৰি তালিকাখন চাব বা DOWNLOAD কৰিব পাৰে | ইয়াত সৰ্বমুঠ ১১০৪ জন ছাত্ৰ ছাত্ৰীয়ে এই SCHOLARSHIP লাভ কৰিছে আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ COURSE অনুসৰি SCHOLARSHIP পাব |
PDF link

ভিডিঅ চাওক-

Post a Comment
0 Comments