CHECK SEBA RESULT@HSLC RESULT HSLC আৰু AHM পৰীক্ষাৰ ফলাফল 2020

CHECK SEBA RESULT@HSLC RESULT HSLC  আৰু  AHM  পৰীক্ষাৰ ফলাফল 2020



CHECK SEBA RESULT@HSLC RESULT HSLC  আৰু  AHM  পৰীক্ষাৰ ফলাফল 2020


                          ২০১৯-২০ ত অনুস্থিত হোৱা  HSLC  আৰু  AHM  পৰীক্ষাৰ ফলাফল অহা ৬/৬/২০ তাৰিখে ঘোষণা কৰা হব | এইবাৰ অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 3,52,132 আৰু মুঠ পৰিক্ষা অনুষ্ঠিত হোৱা চেন্টাৰৰ সংখ্যা 860 | অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁ লোকৰ ফলাফল সমূহ ৬ জুন তাৰিখে পুৱা ৯ বজাৰ পৰা তলত দিয়া ৱেবচাইট সমূহত চাব পাৰিব | লগতে তেওঁলোকৰ মাৰ্কচিত সমূহ অনলাইন যোগে ডাউনলোড কৰিব পাৰিব | তিনিটা পদ্ধতিৰে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ ফলাফল লাভ কৰিব পাৰিব |

১. ৱেবচাইটৰযোগে 

২.মবাইল এপযোগে 

৩. SMS  যোগে 


1.ৱেবচাইটসমূহ-   

 1.www.results.sebaonline.org                  8.www.iresult.net

2.www.resultassam.nic.in                          9.www.assamjobalert.com

3.www.result.sikhsha                                 10.www.assamresult.in

4.www.exametc.com                                 11.www.newsstate.com

5.www.examresults.net                             12.www.newsnation.in

6.www.indiaresults.com                            13.www.jagranjosh.com

7.www.assam.sikhsha                               14.www.karmohangstapon.com

           উপৰোক্ত ৱেবচাইটসমূহত ভিজিত কৰি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰোল আৰু নং ৰ যোগেদি ৰিজাল্ট চাব পাৰিব |


2.প্লেষ্টৰত গৈ  SEBA Result 2020 এপটো ডাউনলোড কৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব |

3. 57766 নম্বৰত এনেধৰনে   SEBA20(space)(rollnumber)    লিখি পঠিয়াব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে   SMS  যোগে তেওঁলোকৰ ফলাফল লাভ কৰিব পাৰিব |

4.আন এক ৰিজাল্ট চোৱাৰ সহজ পদ্ধতি হৈছে  www.indiaresults.com ৱেবচাইটো ভিজিত কৰি সহজে অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ নাম আৰু লাষ্ট নাম টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব |





thank you 

share it

Post a Comment

0 Comments