চাহ জনজাতি ছাত্ৰ ছাত্ৰী SCHOLARSHIP ত শুধৰণি কাম চলি আছে ।

চাহ জনজাতি ছাত্ৰ ছাত্ৰী  SCHOLARSHIP ত  শুধৰণি কাম চলি আছে ।



চাহ জনজাতি কল্যাণৰ দ্বাৰা আগবঢ়োৱা ছাত্ৰ ছাত্ৰী সকলৰ প্ৰাক-প্ৰবেশিকা
 আৰু প্ৰাক-প্ৰবাশিকোত্তৰ জলপানিৰ বাহিৰে অন্যান্য আঁচনি সমূহৰ তালিকা 
যেনে-দয়াল দাস পানিকা স্ব-নিয়োজন আচনি, চাইমন সিং হৰ বিশেষ ছাত্ৰ বৃত্তি আঁচনি 
, উচ্চ শিক্ষাৰ বাবে সাহায্য মুলক আঁচনি  সমূহত বিভিন্ন অভিযোগ দৃষ্টিগোচৰ হোৱাৰ 
বাবে কাৰ্যালয়ত তালিকাসমূহ পুননিৰীক্ষণ কৰি থকা হৈছে,
 যদিহে কাৰোবাৰ কিবা অভিযোগ আছে তেনেহলে তলৰ মেইলটোত পথিয়াব পাৰে 


                                                                       WATCH THIS VIDEO

  
DOWNLOAD ALL PDF LINK



Post a Comment

0 Comments